অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম তথা উঃ-পূঃৰ বাবে বৃহৎ ঘোষণা

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম তথা উঃ-পূঃৰ বাবে বৃহৎ ঘোষণা

কামাখ্যাৰ ৰ’পৱে নিৰ্মাণৰ বাবে অনুমোদনৰ গাডকাৰীৰ

কাজিৰঙাত ৮ হাজাৰ কোটি ব্যয়েৰে নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ

উন্নয়নমূলক প্ৰকল্পৰ বাবে কেইবাকোটি টকা অনুমোদনৰ ঘোষণা

ৰাজ্যৰ পথ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা

দলং, উৰণ সেতু নিৰ্মাণৰ বাবে ২০০ কোটি টকা

অসমত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ডিজেলত মিথানল প্ৰয়োগৰ আহ্বান

‘অসমৰ পথ উন্নতমানৰ হ’লে অসমত বাণিজ্যক বিকাশ আগবাঢ়িব’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.