AssamInternationalInternationalnationalঅসমআন্তঃৰাষ্ট্ৰীয়

কাজিৰঙালৈ আহিব ভূটানৰ ৰজা-ৰাণী, উথপথপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙালৈ আহিব ভূটানৰ ৰজা-ৰাণী, উথপথপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

কাজিৰঙালৈ আহিব ভূটানৰ ৰজা-ৰাণী

উথপথপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰজা-ৰাণীক আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ

৪ আৰু ৫ নৱেম্বৰত কাজিৰঙালৈ আহিব ৰজা-ৰাণী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ভূটানৰ ৰজা–ৰাণীক আদৰিবলৈ  সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইফালে, আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অগৰাতলি বনাঞ্চল। পুৱা ৭ বজাত অগৰাতলি বনাঞ্চলিক বিষয়া, সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত অগৰাতলী জীপ চাফাৰি সন্থাৰ প্ৰথমটো যাত্ৰা আৰম্ভ হয়।  দেশ–বিদেশৰ পৰা অহা পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত অগৰাতলী বনাঞ্চল। তদুপৰি আছে ঢেকীয়াপতিয়া বাঘ আৰু দলহৰিণ। ইতিমধ্যেই কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ–বিদেশৰ পৰ্যটকৰ সোঁত বোৱা আৰম্ভ হৈছে কাজিৰঙালৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.