অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

কলাশিব জিলাৰ ৰেনতেকনত ভূমিস্খলনৰ ঘটনা

পাহাৰৰ পৰা খহি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল, মাটি

সম্পূৰ্ণৰূপে বন্ধ ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত ব্যৱস্থা

ভূমিস্খলনত ৰাজপথৰ দুয়োপাৰে আবদ্ধ শ শ যান-বাহন

যুদ্ধকালীন প্ৰস্তুতিৰে পথ মুকলিৰ চেষ্টা মিজোৰাম প্ৰশাসনৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 3 =

Back to top button