Assamঅসমগুৱাহাটীদৈনিক বাতৰি

DGPৰে আলফা স্বাধীনৰ সংঘাতৰ মাজতে চাঞ্চল্য, গুৱাহাটীত কূটাঘাতৰ লক্ষ্যৰে আলফা(স্বাঃ)ৰ বাহৰ!

DGPৰে আলফা স্বাধীনৰ সংঘাতৰ মাজতে চাঞ্চল্য, গুৱাহাটীত কূটাঘাতৰ লক্ষ্যৰে আলফা(স্বাঃ)ৰ বাহৰ!

DGPৰে আলফা স্বাধীনৰ সংঘাতৰ মাজতে চাঞ্চল্য

গুৱাহাটীত কূটাঘাতৰ লক্ষ্যৰে আলফা(স্বাঃ)ৰ বাহৰ!

গুৱাহাটীত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ ৩ কেডাৰ

গ্ৰেপ্তাৰ ৰূপজ্যোতি দাস, অসীম অধিকাৰী, মুন দেৱনাথ

লখৰাৰ পৰা গ্ৰেপ্তাৰ মূল কেডাৰ ৰূপজ্যোতি দাসক

ফোনৰ লোকেচন ট্ৰেচ কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

গুৱাহাটীত ২ বছৰ ধৰি বাহৰ পাতি আছিল ৰূপজ্যোতিয়ে

পূৰ্বে তিনিচুকীয়াৰ বোমা বিস্ফোৰণত জড়িত থকাৰ তথ্য

বাকী দুজনক নিশা পাণ্ডুৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

আলফাৰ লিংকমেনৰ গোচৰত পূৰ্বে কাৰাবাস খাটিছিল অসীমে

নতুন সদস্য ভৰ্তি অভিযানৰ নেতৃত্ব লৈছিল অসীমে

নিজকে কম্পিউটাৰ অপাৰেটৰ হিচাপে চিনাকি দিছিল অসীমে

মহানগৰীৰ বহু যুৱকক আলফা (স্বাঃ)ৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা

গ্ৰেপ্তাৰ হোৱা মুন দেৱনাথ পেছাত এজন পাচলিৰ ব্যৱসায়

মুন দেৱনাথৰ ঘৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টলটো

তিনিওকে মঙলবাৰে সন্ধিয়া হাজিৰ কৰোৱা হয় আদালতত

অসীম অধিকাৰীক ৬দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ৰূপজ্যোতি দাস, মুন দেৱনাথক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.