Educationঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

ছ’চিয়েল মিডিয়াত ভাইৰেল অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত…

ম’বাইল, ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ আছিল পৰীক্ষা হলত

◼️পুনৰ বিতৰ্কত SI পৰীক্ষা!

◼️ছ’চিয়েল মিডিয়াত ভাইৰেল SI পৰীক্ষাৰ প্ৰশ্নকাকত

◼️দেওবাৰে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা

◼️৩০৬ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা

◼️পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবা কৰ্তৃপক্ষই

◼️ম’বাইল, ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ আছিল পৰীক্ষা হলত

◼️পৰীক্ষাহলৰ পৰা পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল প্ৰশ্নকাকত

◼️তাৰ পাছতো ম’বাইলে ম’বাইলে ভাইৰেল প্ৰশ্নকাকত

◼️ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ

◼️ঘটনাৰ তদন্তৰো দাবী তুলিছে একাংশ পৰীক্ষাৰ্থীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button