Educationঅপৰাধঅসম

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ডক আটক! কেনেদৰে প্ৰশ্নকাকত ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত?

প্রশ্নকাকত ফাদিলৰ অভিযোগত পূৰ্বেও আটক দুজনক

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ডক আটক

মৰিকলঙৰ পৰা আটক মৰিগাঁৱৰ সোণমনি কোঁচক

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকত

প্রশ্নকাকত ফাদিলৰ অভিযোগত পূৰ্বেও আটক দুজনক

পিণ্টুগোহাঁই, প্ৰাঞ্জল দেউৰী আটক কৰিছিল আৰক্ষীয়ে

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা ফাদিল প্ৰশ্নকাকত

জনৈক হৰেন নামৰ নিৰীক্ষকলৈ আঙুলি আটকাধীনৰ

নিৰীক্ষকে প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ

WHATSAPP গ্রুপৰ পৰা ভাইৰেল হৈছিল প্রশ্নকাকত

‘TARGET AP SI 2022’ নামৰ গ্রুপত ভাইৰেল প্রশ্নকাকত

70861-69091 নম্বৰৰ গৰাকীয়ে গ্রুপত দিছিল প্রশ্নকাকত

ধৃত পিণ্টু গোহাঁই নামৰ যুৱকজনৰ আছিল নম্বৰটো

২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল SI নিযুক্তিৰ লিখিত পৰীক্ষা

৩০৬ টা পদৰ বাবে অনুষ্ঠিত হৈছিল

পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবা কৰ্তৃপক্ষই

ম’বাইল, ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ আছিল পৰীক্ষাহলত

পৰীক্ষাৰ্থীক আনিবলৈ দিয়া হোৱা নাছিল প্ৰশ্নকাকত

তাৰ পাছতো ম’বাইলে ম’বাইলে ভাইৰেল প্ৰশ্নকাকত

ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + one =

Back to top button