AssamCity newsEducationnationalঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিবিজ্ঞানভাৰতশিক্ষা

অসমলৈ গৌৰৱ… ISROত প্ৰশিক্ষণৰ সুবিধা পালে লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী চানভি শৰ্মাই

গৌৰব কঢ়িয়াই আনিলে এগৰাকী লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰীয়ে। চানভি শৰ্মা নামৰ ছাত্ৰীগৰাকীয়ে ISROত স্থান লাভ কৰাক লৈ স্কুলৰ প্ৰধান শিক্ষক আৰু লামডিংবাসী আনন্দিত। পোনপ্ৰথমবাৰৰ বাবে লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয়ৰ তৰফৰ পৰা চানভি শৰ্মাই সমগ্ৰ অসমৰ ১০ জনৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী চানভি শৰ্মা। এতিয়া দেশৰ বিখ্যাত ডাঙৰ ডাঙৰ বৈজ্ঞানিকৰ লগত নিজকে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিবলৈ পাই আনন্দিত চানভি। অধ্যয়নৰ সুযোগ পোৱাৰ বাবে আনন্দিত হৈ পৰিছে বিদ্যালয়ৰ কতৃপক্ষ আৰু লামডিংবাসী। সমগ্ৰ অনুশীলন কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক তাপস দেৱৰ নেতৃত্বত চলিছিল। এই সম্পূৰ্ণ বিষয় বিজ্ঞানৰ নৈ নৈ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ কৰাৰ বাবে নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত সহায় কৰিব বুলি কয় বিদ্যালয়ৰ প্ৰধান শিক্ষকে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.