অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰি, গ্ৰেপ্তাৰৰ তালিকা ১৫গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা !

SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰি

গ্ৰেপ্তাৰৰ তালিকা ১৫গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা !

আজি CM ভিজিলেঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ ৪জনক

মনোজ দাস, প্ৰদীপ বৰুৱা, বিদ্যুৎ কলিতাক হাজিৰৰ নিৰ্দেশ

অভিযুক্ত কেশৱ গগৈকো হাজিৰৰ নিৰ্দেশ

২ RTI কৰ্মী বিদ্যুৎ কলিতা, কেশৱ গগৈকো তলব

দলে, কাকতি, তালুকদাৰ উপাধিৰ সাংবাদিককো তলৱ

হাউলী DIETৰ কৰ্মচাৰী সোণমণি নাথক গ্ৰেপ্তাৰ

সোণমণি নাথে একাউণ্টত লৈছিল ২ লাখ টকা

সম্প্ৰতি পলাতক বনজিৎ মালি

বনজিৎ মালিৰ ঘৰ আজাৰা কাহিকুছিত

আজি আদালতত হাজিৰ কৰাব ৪ অভিযুক্তক

আদালতলৈ পূজা দাস, ভাস্কৰ হাজৰিকা

অনুপ শইকীয়া, ৰবিজিৎ গগৈকো নিয়া হ’ব আদালতলৈ

চাৰিওকে পুনৰ CMVএ জেৰাত লোৱাৰ সম্ভাৱনা

বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ সোণমণি নাথক

CMVৰ কাৰ্যালয়ত বহিষ্কৃত AAP নেতা বিদ্যুৎ কলিতা

SCERTৰ কেলেংকাৰিত নাম সাঙোৰ খাইছিল বিদ্যুতৰ

কেলেংকাৰি সন্দৰ্ভত CMVৰ জেৰাৰ সন্মুখীন বিদ্যুৎ কলিতা

ক্ষিপ্ৰ গতিত চলিছে SCERTৰ তদন্ত

সাংবাদিক পূজা দাস, ৰবিজিতক লৈ CMVৰ অভিযান

পূজা গগৈৰ মীৰ্জাৰ বাসগৃহলৈ CMVৰ দল

ঘোঁৰামৰাৰ ৰবিজিৎ গগৈৰ গৃহলৈও CMVৰ দল

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button