শ্ৰেণীবিহীন

‘২৫ হাজাৰ বিহুৱা বিহুৱতী লৈ দিল্লীলৈ যাম আৰু ভাৰত হিলাই দিম’-মুখ্যমন্ত্ৰী

'২৫ হাজাৰ বিহুৱা বিহুৱতী লৈ দিল্লীলৈ যাম আৰু ভাৰত হিলাই দিম'-মুখ্যমন্ত্ৰী

আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী। কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিশ্ব ৰেকৰ্ড গঢ়া বিহুৱা-বিহুৱতীলৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে ২৫ হাজাৰকৈ মাননি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মানকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী।

মিথানল প্ৰকল্পৰ সামগ্ৰী ৰপ্তানিৰ শুভাৰম্ভ অনুষ্ঠানটো অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিৱেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। জয়পুৰ চাৰিআলি-দিল্লীঘাট সংযোগী পথৰ শিলান্যাসো কৰিব শৰ্মাই।

ইপিনে, এইবাৰ দিল্লীত প্ৰদৰ্শন কৰা হ’ব বিহু। ২০২৬ত দিল্লীত বিহু প্ৰদৰ্শনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। একেলগে ২৫ হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰিব বিহু। ডিব্ৰুগড়ৰ বিশ্ব ৰেকৰ্ড গঢ়া ঢুলীয়া-নাচনীক সম্বৰ্ধনা জনাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

 

 

 

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.