অসমগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

তিনিচুকীয়াৰ জাগুনত ২০টা সংগঠনৰ উত্তাল প্ৰতিবাদ, SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী

তিনিচুকীয়াৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুনত নিখিল ৰাভা ছাএ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত প্ৰায় ২০টা সংগঠনে উত্তাল কৰিলে ৰাজপথ।

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰে অৱৰোধ কৰে জাগুনৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত লেহেমীয়া গতিত চলাৰ অভিযোগ।

একেদৰে ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ পাছতো আজিলৈ চি বি আইৰ দল অসমত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে দল-সংগঠন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.