অপৰাধঅসমগুৱাহাটী

মহানগৰীত দিনদুপৰতে চাঞ্চল্যকৰ ডকাইতি! মহিলাৰ পৰা কাঢ়ি নিলে ৫ লাখ টকা…

বাইকত অহা দুৰ্বৃত্তই কাঢ়ি লৈ যায় টকাখিনি

◾গুৱাহাটী মহানগৰীত দিনদুপৰতে চাঞ্চল্যকৰ ডকাইতি

◾ ৰাজপথত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৫ লাখ টকা

◾ পাথৰকোৱেৰীৰ মেগজিনত সংঘটিত এই ঘটনা

◾ বাইকত অহা দুৰ্বৃত্তই কাঢ়ি লৈ যায় টকাখিনি

◾ ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ

◾ এজাহাৰ দাখিল ভুক্তভোগী জয়া ৰাজখোৱাৰ

◾ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.