AssamCMO Assamleatest update

নৱবৰ্ষৰ প্ৰাকক্ষণত পথ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব অসম আৰক্ষীয়ে।

ঘোষণা আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ...

নৱবৰ্ষৰ প্ৰাকক্ষণত পথ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। শনিবাৰে নলবাৰীত এই ঘোষণা কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।

যানবাহন চলাচলৰ ক্ষেত্ৰত সৰ্বসাধাৰণ জনতাক অধিক সচেতন হোৱাৰ আহ্বান DGPগৰাকীৰ। নগৰ, চহৰৰ বাহিৰতো চিটবেল্ট ব্যৱহাৰৰ বাবে আহ্বান জনালে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে। আনহাতে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ DGPৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.