EducationSocialSocial Networkঅসম

ছ’চিয়েল মিডিয়া আপলোড নকৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল!! ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ছেবাৰ…

আগতীয়াকৈ ফলাফল ঘোষণা কৰাসকলৰ ওপৰত চোকা নজৰ

আজি ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

পুৱা ১০বজাত প্ৰকাশ পাব ফলাফল

ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ছেবাৰ

আগতীয়াকৈ ফলাফল ঘোষণা কৰাসকলৰ ওপৰত চোকা নজৰ

ছেবাৰ IT ছেলে নিৰীক্ষণ কৰিছে সকলো দিশ

আৰক্ষীত অভিযোগ দাখিল কৰিব ছেবাই

বহুতে ভুল তথ্য আপলোড কৰিছে সামাজিক মাধ্যমত

বিষয়োটক গুৰুত্ব সহকাৰে লৈছে ছেবাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.