অসমআঞ্চলিকধৰ্মীয়

হোটেলত মাংস যোগান ধৰি আৰক্ষীৰ জালত গো মাংস ব্যৱসায়ী

লাইন হোটেলত গো মাংস যোগান ধৰি আহিছিল ধৃত গো মাংস ব্যৱসায়ীয়ে

ৰাজ্যত গো সুৰক্ষা আইনক লৈ চৰ্চা চলি থকাৰ সময়তে শুকুৰবাৰে পুৱা বঙাইগাঁৱত সৃষ্টি হয় এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱত ৰাইজৰ জালত ভ্ৰাম্যমান গো মাংস ব্যৱসায়ী। জিলাখনৰ সিদলসতীত ৰাইজৰ জালত পৰে গো মাংস ব্যৱসায়ীগৰাকী।

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ লাইন হোটেলত গো মাংস যোগান ধৰি আহিছিল ধৃত গো মাংস ব্যৱসায়ী আব্দুল হামিদে। আৰক্ষীয়ে প্ৰায় ২৫কেজি মাংসসহ আটক কৰে ব্যৱসায়ীজনক।

As-26-1834 নম্বৰৰ বাইক এখনেৰে জিলাখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী হাপাচাৰাৰ হোটেলত গো মাংস যোগান ধৰিছিল আব্দুল হামিদে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.