leatest updateঅসমদৈনিক বাতৰিপৰিৱেশ

২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ সম্ভাৱনা! ১ জুনত গুৱাহাটীত হ’ব পাৰে বিজুলী-ঢেৰেকনি…

উৎকট গৰমে দহিছে ৰাজ্যবাসীক।

উৎকট গৰমে দহিছে ৰাজ্যবাসীক। ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা। ১ জুনত গুৱাহাটীত হ’ব পাৰে বিজুলী-ঢেৰেকনি। দুদিনলৈ মহানগৰীত তাপমাত্ৰা ৩৬-৩৭ ডিগ্ৰী চেলচিয়াছ।

গৰমক লৈ চিন্তিত ৰাজ্যবাসী। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হাতত লৈছে ন ন পন্থা। মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 13 =

Back to top button