Covid-19অসমউৎসৱধৰ্মীয়ধাৰ্মিক

আজি মহাষষ্ঠী, ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব পূজা

উখল-মাখল পৰিৱেশ পূজাথলীসমূহত

আজি মহাষষ্ঠী। ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব পূজা। সাজু হৈছে পূজা কমিটী। উখল-মাখল পৰিৱেশ পূজাথলীসমূহত মন্দিৰ-দেৱালয়ত পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি।

পূজাৰ বজাৰতো গ্ৰাহকৰ লানি নিছিগা সোঁত। ক’ভিড বিধি মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু পূজা কমিটীসমুহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button