AssamCMO AssamElectionHimanta Biswa SarmaInternationalnationalPMo indiapoliticalSocialSocial Networkঅসমগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

আজিৰে পৰা তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্ব

৪ সমষ্টিত হাইভল্টেজ মহাৰণ

আজিৰে পৰা তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ পৰ্ব

৪ সমষ্টিত হাইভল্টেজ মহাৰণ

আজি মনোনয়ন দাখিল কৰিব মীৰা বৰঠাকুৰে

গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

১৮ এপ্ৰিলত বৰপেটাত মনোনয়ন দাখিল কৰিব ফণীভূষণ চৌধুৰীয়ে

১৭ এপ্ৰিলত বৰপেটাত মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ দ্বীপ বায়নে

CPI(M)ৰ মনোৰঞ্জন তালুকদাৰে মনোনয়ন দাখিল কৰিব ১৯ এপ্ৰিলত

১৭ এপ্ৰিলত মনোনয়ন দাখিল কৰিব বদৰুদ্দিন আজমলে

১৮ এপ্ৰিলত মনোনয়ন দিব ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে

শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে মনোনয়ন দাখিল কৰিব ১৮ এপ্ৰিলত

কোকৰাঝাৰত BPFৰ খাম্ফা বৰগয়াৰীয়ে মনোনয়ন দাখিল কৰিব ১৯ এপ্ৰিলত

১৮ এপ্ৰিলত UPPLৰ জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিব মনোনয়ন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.