অৰ্থনৈতিকঅসমভাৰত

বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য

শেহতীয়াকৈ প্ৰতি লিটাৰ পেট্ৰ'ল, ডিজেলত পুনৰ সংশোধনৰ ৩৫ পইচাৰ

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য।

শেহতীয়াকৈ প্ৰতি লিটাৰ পেট্ৰ’ল, ডিজেলত পুনৰ সংশোধনৰ ৩৫ পইচাৰ। তাৰ লগে লগে গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৪.৩ টকালৈ বৃদ্ধি পাই।

দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০৮.২৯ টকা আৰু ৯৭.০২ টকালৈ বৃদ্ধি কৰা হৈছে।

মুম্বাইত, পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰত মূল্য ১১৪.১৪ টকা আৰু ১০৫.১২ টকা। কলকাতাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১০৮.৭৮ টকা আৰু ১০০.১৪ টকা।

তামিলনাডুৰ চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ১০৫.১৩ টকা আৰু ১০১.২৫ টকা।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কৰ বৃদ্ধিৰ লগতে আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে ইন্ধনৰ ব্যয় ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.