leatest updateSocial Networkঅৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়ভাৰত

মাত্ৰ ২ হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান কোটিপতি হোৱা এজন ব্যক্তি? কোন এইজন ব্যক্তি…

কম পইচাৰে কেনেকৈ এজন ব্যৱসায়ী হিচাপে সফল হ'ব আপুনি?

আপুনিও কৰিব বিচাৰিছে নেকি ব্যৱসায়? ব্যৱসায়ত আপুনাৰো আছে নেকি আগ্ৰহ? কিন্তু আপোনাৰ ওচৰত ব্যৱসায়ৰ বাবে লাগে এক মোটা অংকৰ ধন। পিছে কম পইচাৰে কেনেকৈ এজন ব্যৱসায়ী হিচাপে সফল হব আপুনি? আজি আপোনালোকক কম এজন ব্যক্তিৰ কথা। যিয়ে মাত্ৰ দুই হাজাৰ টকাত আৰম্ভ কৰিছিল তেওঁৰ ব্যৱসায়।

বৰ্তমান সমগ্ৰ ভাৰততে পৰিচিত এজন ব্যৱসায়ী। তেখেতৰ নাম সঞ্জীৱ যুনেজা। মাত্ৰ ২ হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান কোটিপতি তেওঁ। তেখেতৰ পিতৃ আছিল এজন আয়ুৰ্ৱেদিক চিকিৎসক।

Dr Ortho Ayurvedic Pain Relief Oil - 100ml+20ml Extra (Pack Of 1)

প্ৰথম অৱস্থাত তেওঁ পিতৃৰ সৈতে আৰম্ভ কৰিছিল আয়ুৰ্ৱেদিকৰ ব্য়ৱসায়। কিন্তু ১৯৯৯ চনত হঠাৎ বন্ধ হৈ পৰিছিল দেউতাকৰ ব্যৱসায়। পিতৃৰ মৃত্যুৰ পিছত মাকৰ পৰা মাত্ৰ দুই হাজাৰ টকাৰে পুনৰ দেউতাকৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছিল সঞ্জীৱে।

Buy Sachi Saheli Ayurvedic Syrup For Women 205 ml Online at Low Prices in India - Amazon.in

ইয়াৰ লগে তেওঁ নিজৰো কিছুমান সৰু সৰু ব্য়ৱসায় আৰম্ভ কৰিবলৈ লৈছিল তেওঁ। প্ৰথম অৱস্থাত তেওঁ নিজৰ হাতেৰেই উৎপাদিত সামগ্ৰীসমূহ বজাৰত গৈ বিক্ৰী কৰিছিল আৰু তাৰ ব্যৱহাৰৰ লাভালাভৰ ওপৰত মানুহক অৱগত কৰাইছিল।

Buy Roop Mantra Ayurvedic Face Cream (30g) – Divisa Store

মাত্ৰ দুই হাজাৰ টকাৰে আৰম্ভ কৰা ব্যৱসায়ে পিছলৈ Dr Ortho, Sachi Saheli, Roop Mantra, Accumass, Pet Sapha, Kesh King আদিৰ দৰে বহু কেইটা ব্ৰেণ্ড নিমাৰ্ণ কৰিছিল।

Pet Saffa Granules - 120 g (Pack of 2) : Amazon.in: Pet Supplies

সৰু সৰু ব্যৱসায় আৰম্ভ কৰিয়েই তেখেত এজন নামি- দামি ব্যৱসায়ী হৈ পৰিছিল। তেখেতৰ সামগ্ৰীসমূহৰ নাম আৰু tag line এনেদৰে ৰাখিছিল যাতে গ্ৰাহকে সহজেই তাৰ ব্যৱহাৰৰ কথা বুজি পায়।

Buy Kesh King Ayurvedic Anti Hairfall Hair Oil|Hair Growth Oil| Reduces Hairfall |21 Natural Ingredients | Grows New Hair With Bhringraja, Amla And Brahmi - 300 Ml Online at Low Prices in

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 14 =

Back to top button