অপৰাধভাৰত

পঞ্জাৱত বন্ধ কৰা হ’ল ইন্টাৰনেট সেৱা! সংঘাতে লৈছে নতুন ৰূপ…

পাটিয়ালাত কোনো সাম্প্ৰদায়িক নহয়, বৰঞ্চ ৰাজনৈতিক সংঘৰ্ষ বুলি জানিব পৰা গৈছে

খালিস্তান বিৰোধী পদযাত্ৰাৰ সময়ত পাটিয়ালাত দুটা গোটৰ মাজত সংঘৰ্ষ হোৱাৰ এদিন পিছতে পঞ্জাৱ চৰকাৰে আজি ৰাজ্যিক আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জিলাখনত হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে তিনিজন শীৰ্ষ বিষয়াক তেওঁলোকৰ পদৰ পৰা আঁতৰাই দিয়ে।

পাটিয়ালাত কোনো সাম্প্ৰদায়িক নহয়, বৰঞ্চ ৰাজনৈতিক সংঘৰ্ষ বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে, এই সংঘৰ্ষৰ আঁৰত শিৱসেনা, বিজেপি কৰ্মী আৰু শিৰোমণি অকালি দলৰ লোকৰ ওপৰত দোযাৰোপ কৰে।

উল্লেখ্য যে, শুক্ৰবাৰ সন্ধিয়া ৭ বজাত চহৰখনত জাৰি কৰা কাৰফিউ আজি পুৱা ৬ বজাত উঠাই লোৱা হয় কিন্তু উৰাবাতৰি বিয়পা প্ৰতিহত কৰিবলৈ চহৰখনত হয়। ভইচ কলৰ বাহিৰে সকলো মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা জিলাখনত পুৱা ৯:৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ স্থগিত থাকিব বুলিও জানিবলৈ দিয়ে ৰাজ্য চৰকাৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.