অপৰাধঅসমঅসম আৰক্ষী

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ! নিহত কয়লা মাফিয়া

শনিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী

◾হাইলাকান্দিত আৰক্ষীৰ এনকাউণ্টাৰ

◾নিহত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী

◾শনিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল আব্দুল

◾স্বাস্থ্যপৰীক্ষাৰবাবেলৈগৈছিলহাস্পতাললৈ

◾বদৰপুৰ চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল আব্দুলে

◾পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত আব্দুল আহাদ

◾শনিবাৰে সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আব্দুলক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 13 =

Back to top button