জীৱনশৈলীদৈনিক বাতৰিবিশ্ব

বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী..

বিশ্বই ৩০ এপ্ৰিলত ২০২২ চনৰ প্ৰথম সূৰ্যগ্ৰহণৰ সাক্ষী হ'বলৈ গৈ আছে। হিন্দু বৰ্ষপঞ্জী অনুসৰি, এই বছৰ সূৰ্যগ্ৰহণ বা সূৰ্য গ্ৰহন বৈশাখা মাহৰ অমাৱস্যা তিথিত পৰিছে

বিশ্বই ৩০ এপ্ৰিলত ২০২২ চনৰ প্ৰথম সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ গৈ আছে। হিন্দু বৰ্ষপঞ্জী অনুসৰি, এই বছৰ সূৰ্যগ্ৰহণ বা সূৰ্য গ্ৰহন বৈশাখা মাহৰ অমাৱস্যা তিথিত পৰিছে।

অৱশ্যে এই সূৰ্যগ্ৰঙণ ভাৰতত দৃশ্যমান হোৱা নাই। এই সূৰ্যগ্ৰহণ শনিবাৰে নিশা ১২:১৫ বজাৰ পৰা আৰম্ভ হৈ পিছদিনা পুৱা ৪:০৭ বজাত সমাপ্ত হ’ব।

উল্লেখ্য যে ১৬ মে’ত হ’বলগীয়া সম্পূৰ্ণ চন্দ্ৰগ্ৰহণো ভাৰতত দেখা নাযাব কিয়নো এই সময়ছোৱাত ৰাতিপুৱাৰ সূৰ্যৰ উজ্জল পোহৰত আকাশত দেখা নাযাব এই চন্দ্ৰগ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.