leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

বৈবাহিক জীৱনৰ ১৯টা বছৰ সম্পূৰ্ণ কৰিলে পাপন আৰু পত্নী শ্বেতাই

ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি পাপনে লিখিছে – Happy 19 to us! Thank you Universe for your blessings!

আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ বিবাহ বাৰ্ষিকী। বৈবাহিক জীৱনৰ ১৯টা বছৰ সম্পূৰ্ণ কৰিলে পাপনে। বিশেষ দিনটোত পত্নী শ্বেতা মিশ্ৰ মহন্তৰ সৈতে ছচিয়েল মিডিয়াত এখন সুন্দৰ ফটো শ্বেয়াৰ কৰিলে পাপনে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত ঝুলনাত বহি থকা এখন ফটো শ্বেয়াৰ কৰিছে পাপনে।

বৈবাহিক জীৱনৰ ১৯টা বছৰ সম্পূৰ্ণ কৰিলে পাপন আৰু পত্নী শ্বেতাই

ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি পাপনে লিখিছে – Happy 19 to us! Thank you Universe for your blessings!

সুন্দৰ দিনটোত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলে পাপনে।

ছচিয়েল মিডিয়াযোগেদি পাপন আৰু তেওঁৰ পত্নীক বিবাহবাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগী আৰু শুভাকাংক্ষীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + six =

Back to top button