অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

NHPC নদীবান্ধে বিপদ নমাইছে উত্তৰ অসমলৈ, পুনৰ NHPCত ভয়ংকৰ ভূমিস্খলন

NHPC নদীবান্ধে বিপদ নমাইছে উত্তৰ অসমলৈ

NHPC নদীবান্ধে বিপদ নমাইছে উত্তৰ অসমলৈ

পুনৰ NHPCত ভয়ংকৰ ভূমিস্খলন

হোৰাহোৰে খহিছে শিলৰ পাহাৰ

বিপদ সংকেত বজাই সতৰ্ক শ্ৰমিক-কৰ্মচাৰীক

যিকোনো সময়তেই ঘটিব পাৰে অঘটন

অশনি সংকেত কঢ়িয়াইছে NHPC প্ৰকল্পই

অৰুণাচলত অব্যাহত নেৰানেপেৰা বৰষুণ

বৰষুণৰ বাবে যিকোনো সময়তেই ছিঙিব পাৰে বান্ধ

জলপ্ৰলয়ৰ আশংকাত আতংকিত উত্তৰ অসমবাসী

নদীবান্ধৰ জলস্তৰ বৃদ্ধি মানেই বিপদ অনিবাৰ্য

যোৱা দুদিন পূৰ্বে NHPCত সৃষ্টি হৈছিল ভূমিস্খলনৰ

নিৰ্মাণৰ দিন ধৰি বিভিন্ন দুৰ্ঘটনাৰ সন্মুখীন বান্ধটো

দল-সংগঠনৰ সকীয়নিলৈও কেৰেপ নকৰিলে কেন্দ্ৰই

ৰাজ্য চৰকাৰৰ নীৰৱতাক লৈ আতংকিত উত্তৰ অসমবাসী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 16 =

Back to top button