leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

উদণ্ড যুৱকৰ হাতত গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন বৃদ্ধ…

সোণাৰিৰ দৈনিক বজাৰত অমানৱীয় ঘটনা।

সোণাৰিৰ দৈনিক বজাৰত অমানৱীয় ঘটনা। উদণ্ড যুৱকৰ হাতত গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন বৃদ্ধ। সোণাৰিৰ দৈনিক বজাৰত সংঘটিত হ’য় এই অমানৱীয় কাণ্ড। চৌখদ আলীৰ নামৰ এজন উদণ্ড যুৱকে প্ৰহাৰ কৰে হাছান আলী নামৰ বৃদ্ধজনক। উল্লেখ্য যে ঠেলা ৰখাক কেন্দ্ৰ কৰিয়েই দুয়োৰে মাজত সংঘটিত হৈছিল বাক-বিতণ্ডা। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হাছান আলীক।

বৰ্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত চৌখদ আলীক। ঘটনাৰ লগত জৰিত আন দুজনক আটক কৰিছে আৰক্ষীয়ে। উক্ত ঘটনাৰ উচিত বিচাৰ বিছাৰি সোণাৰিত এতিয়া প্ৰতিবাদমুখৰ পৰিৱেশ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.