Covid-19ভাৰত

দেশত ক’ৰোনাৰ স্থিতিয়ে পুনৰ সৃষ্টি কৰিছে আতংকৰ

বুধবাৰে ক’ৰোনা সংক্ৰমণৰ হাৰ ২৬% বৃদ্ধি

◾দেশত ক’ৰোনাৰ স্থিতিয়ে পুনৰ সৃষ্টি কৰিছে আতংকৰ

◾বুধবাৰে ক’ৰোনা সংক্ৰমণৰ হাৰ ২৬% বৃদ্ধি

◾আনহাতে ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ হাৰ ৪৪% বৃদ্ধি

◾স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দৈনিক পজিটিভিটী ০.৬১% বৃদ্ধি

◾বুধবাৰে পুনৰ ২৮৯৭জন নতুনকৈ আক্ৰান্ত ক’ৰোনাত

◾দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ, কেৰালাত বৃদ্ধি সংক্ৰমণ

◾সংক্ৰমণ বৃদ্ধি হিমাচল, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰতো

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.