অপৰাধভাৰত

ভাৰতৰ ইতিহাসত নজিৰবিহীন শাস্তি ঘোষণা! ৩৮ জনক ফাঁচী, ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড

আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰৰ ৰায়দান

◾ ভাৰতৰ ইতিহাসত নজিৰবিহীন শাস্তি ঘোষণা

◾ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰৰ ৰায়দান

◾ ৪৯ জনৰ শাস্তি ঘোষণা গুজৰাট বিশেষ আদালতৰ

◾ ৩৮ জনক ফাঁচীৰ নিৰ্দেশ আদালতৰ

◾ ১১ জন অপৰাধীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড

◾ ২০০৮ ৰ ২৬ জুলাইত সংঘটিত হৈছিল বিস্ফোৰণ

◾ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৫৬ জনে

◾ আহত হৈছিল দুই শতাধিক লোক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − fifteen =

Back to top button