Internationalleatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্ব

বতৰৰ আগজাননীৰ বাবে নতুন উপগ্ৰহ, ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ নতুন সংযোজন

বতৰৰ আগজাননীৰ বাবে নতুন উপগ্ৰহ, ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ নতুন সংযোজন

বতৰৰ আগজাননীৰ বাবে নতুন উপগ্ৰহ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ নতুন সংযোজন

উৎক্ষেপণ হ’ব INSAT 3DS উপগ্ৰহ

GSLV-F14এ মহাকাশত স্থাপন কৰিব INSAT 3DSক

সন্ধিয়া ৫.৩৫ বজাত উৎক্ষেপণ হ’ব এই উপগ্ৰহ

শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ

বতৰ, জলবায়ু পৰিৱৰ্তন আদিবোৰ ক্ষেত্ৰত এই উপগ্ৰহে বিশেষ বাৰ্তা প্ৰেৰণ কৰিব। ইয়াৰ ফলত ভাৰতীয় জলবায়ু কেন্দ্ৰসমূহে দেশত আহিব পৰা বৰষুণ-ধুমুহাৰ লগতে ঘূৰ্ণি বতাহ আদিবোৰৰ আগজাননী দিয়াত সক্ষম হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.