অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি হাতে-কামে লাগিল জনতা, ধমধমাৰ চটাইবাৰীত ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে বিধ্বস্ত দলং

ধমধমাৰ চটাইবাৰীত ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে দলং ৷

বিগত বৰ্ষৰ জুন মাহতে ধমধমা-ৰঙিয়া পথটো চটাইবাৰীত বিচ্ছিন্ন কৰিছিল প্ৰলয়ংকাৰী বানে ৷

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পথচোৱাত বিগত এটা বছৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

গড়কাপ্তানি বিভাগেও পথটোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভূগি অহাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

শীঘ্ৰে পথটোৰ যাতায়াত সুচল কৰি তুলিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.