Assam

১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ

বৃন্দাবনী বস্ত্ৰ চাবলৈ মেইল কৰিব লাগিব অসমৰ ৰাইজে

আজি লোকসেৱা ভৱনত কেইবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল।
অসমলৈ ঘূৰাই অনা হ’ব বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ চাবলৈ মেইল কৰিব লাগিব অসমৰ ৰাইজে। বৰ্তমান ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰ। ইউৰোপৰ ৩টা মিউজিয়ামত সংৰক্ষিত আছে বৃন্দাবনী বস্ত্ৰ।

২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব এই বৃন্দাবনী বস্ত্ৰ। এটা অত্যাধুনিক নতুন মিউজিয়াম স্থাপন কৰিব অসমত।
মিউজিয়ামৰ বাবে খানাপাৰাৰ ৰেচম সঞ্চালকালয়ৰ এবিঘা ভূমি আৱণ্টন । CSRৰ অধীনত মিউজিয়াম নিৰ্মাণ কৰিব JSWয়ে। JSWক সহযোগ কৰিব অসম চৰকাৰ, ভাৰত চৰকাৰৰ এম্বেচাদৰে। ব্ৰিটিছৰ ষ্টেণ্ডাৰ্ড অনুসৰি নিৰ্মাণ কৰা হ’ব এই মিউজিয়ামটো।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.