AssamCity newsInternationalInternationalleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰিপ্ৰযুক্তিবিশ্বভাৰতৰাজনৈতিক

ছোমালিয়াৰ উপকুলত অপহৰণ লাইবেৰিয়াৰ জাহাজ, ১৫জন ভাৰতীয়সহ অপহৰণ জাহাজখন…..

ছোমালিয়াৰ উপকুলত অপহৰণ লাইবেৰিয়াৰ জাহাজ

১৫জন ভাৰতীয়সহ অপহৰণ জাহাজখন

তৎপৰ ভাৰতীয় নৌ-সেনা

অপহৰণ স্থানলৈ যাত্ৰা কৰিছে নৌ-সেনাৰ যুদ্ধ জাহাজ

INS চেন্নাই গৈ আছে ছোমালিয়াৰ উপকুল অভিমুখে

উল্লেখনীয় যে ছোমালিয়াৰ সাগৰত সক্ৰিয় হৈ থকা জলদস্যুৱে প্ৰায়েই সাগৰীয় পথেৰে যাতায়াত কৰা বিভিন্ন দেশৰ জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। ১৫জন ভাৰতীয় নৌকৰ্মী নিয়োজিত হৈ থকা MV LILA NORFOLK নামৰ লাইবেৰিয়াৰ জাহাজখনো বৃহস্পতিবাৰে সন্ধিয়া ছোমালিয়াৰ জলদস্যুৰ কৱলত পৰে। জাহাজখনত ভাৰতীয় নৌকৰ্মী থকাৰ তথ্য লাভ কৰাৰ লগে লগে তৎপৰ হৈ উঠে ভাৰতীয় নৌ-সেনা। ভাৰতীয় নৌকৰ্মীসকলক উদ্ধাৰৰ লগতে অপহৃত জাহাজখন উদ্ধাৰৰ বাবে এয়াৰক্ৰাফট কেৰিয়াৰ যুদ্ধজাহাজ INS CHENNAI ছোমালিয়াৰ উপকুল অভিমুখে প্ৰেৰণ কৰে।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − one =

Back to top button