অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘বিজেপিৰ অভিভাৱক আছিল ৰাজেন গোঁহাই’: APCC সভাপতি ভূপেন বৰা

বিজেপিৰ আভ্যন্তৰীন কন্দলক লৈ মন্তব্য ভূপেন বৰাৰ

‘বিজেপিৰ অভিভাৱক আছিল ৰাজেন গোঁহাই, সিদ্ধাৰ্থ ভট্টাচাৰ্য’

‘পদুমৰ শিপা ৰুইছিল ৰাজেন গোঁহাই, সিদ্ধাৰ্থ ভট্টাচাৰ্যই’

‘সকলো অসমৰ ৰাইজে চাই আছে’

‘কোনে বিজেপিৰ কাৰণে কান্দিছে, কোনে বিজেপিত লুণ্ঠন চলাইছে’

‘সময়ত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব’

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে কেবিনেট পদমৰ্যদা ত্যাগ কৰি মুখ্যমন্ত্ৰীক প্ৰশ্নবাণ কৰাৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে APCCৰ সভাপতি ভূপেন বৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button