অসমদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি ৰাজ্যসভাত উত্থাপন হ’ব দিল্লী সেৱা বিধেয়ক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন

আজি ৰাজ্যসভাত উত্থাপন হ’ব দিল্লী সেৱা বিধেয়ক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন

আজি ৰাজ্যসভাত উত্থাপন হ’ব দিল্লী সেৱা বিধেয়ক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন

বিধেয়ক উত্থাপনৰ পূৰ্বে ৰাজ্যসভাত থ্ৰি লাইন হুইপ জাৰি AAPৰ

৭, ৮ আগষ্টত সকলো সাংসদ উপস্থিত থকাৰ নিৰ্দেশ

ৰাজ্যসভাৰ সকলো AAPৰ সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি

পূৰ্বে লোকসভাত অমিত শ্বাহে উত্থাপন কৰিছিল বিধেয়কখন

ইতিমধ্যে লোকসভাত গৃহীত হৈছে দিল্লী সেৱা বিধেয়ক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.