অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

লাহৰীঘাটত জব্দ ২.৫ কেজি ওজনৰ হাতীৰ দাঁত, হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ আচমত আলীক

লাহৰীঘাটত চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান

অভিযানত জব্দ ২.৫ কেজি ওজনৰ হাতীৰ দাঁত

আচমত আলী নামৰ এজনৰ ঘৰত অভিযান

বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল হাতীৰ দাঁত

হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ আচমত আলীক

হাতীৰ দাঁতৰ বেহা চলোৱাৰ কথা স্বীকাৰ আচমতৰ

পবিতৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এই অভিযান

ঘটনা সন্দৰ্ভত বন বিভাগৰ তদন্ত আৰম্ভ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.