কর্ণাটকপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

ৰুস্ত প্ৰকৃতি অসহায় জনতা, ৰুস্ত প্ৰকৃতিয়ে প্ৰাণ কাঢ়িলে ৯ জন লোকৰ

বিধ্বংসী বানে দুৰ্যোগ কঢ়িয়াই আনিছে কৰ্ণাটকৰ জনতালৈ

বিধ্বংসী বানে দুৰ্যোগ কঢ়িয়াই আনিছে কৰ্ণাটকৰ জনতালৈ। প্ৰৱল বৃষ্টিপাতৰ ফলত কৰ্ণাটকত সৃষ্টি হৈছে বিধ্বংসী বান।

বানৰ ফলত এতিয়ালৈকে মৃত্যুক সাৱটিছে ৯ জন লোকে। এতিয়ালৈকে সন্ধানহীন হৈ আছে ৩ জন লোক।

ইতিমধ্যে, কৰ্ণাটকৰ দক্ষিণ কানাড়া, উৰুপি, উত্তৰ কানাড়া,শিৱাম’গ্গা, চ্চিক্কামাগালোৰু, হাছান আৰু ক’ডাগোত কৰ্ণাটক চৰকাৰে জাৰি কৰিছে ৰেড এলাৰ্ট। বেলাগৱি আৰু ধৰৱাড জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

বানত বিধ্বস্ত হোৱা লোকসকলক উদ্ধাৰৰ বাবে কৰ্ণাটকৰ বহুকেইখন জিলাত মোতায়েন কৰা হৈছে উদ্ধাৰকাৰী বাহিনী। প্ৰাকৃতিক দুৰ্যোগে সৰ্বস্ব কাঢ়ি নিয়া লোকসকলক দিয়া হৈছে চৰকাৰী সাহায্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.