অসমগুৱাহাটীদৈনিক বাতৰি

‘মোৰ ৰিপ্লাই শুনিবই লাগিব, নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’

ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও

সদনত মুখ্যমন্ত্ৰীৰ ভাষণত বাধা বিৰোধীৰ

‘আমি বিৰোধী দলপতি, উপ দলপতিৰ কথা শুনিলো’

‘গতিকে মোৰ ৰিপ্লাই শুনিবই লাগিব’

‘নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’

‘ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও’

‘সদনত বহিয়েই থাকিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ’

‘উত্তৰ শুনিবলৈ ইমান ভয় কিহৰ’

কাপুৰুষ নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.