Assamassam policeCMO Assamleatest updateRegional

২০২২ বৰ্ষৰ ৬৫গৰাকী APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা জাৰি গৃহ বিভাগৰ

নথি পুনঃৰীক্ষণৰ বাবে উপস্থিত হ’ব লাগিব জনতা ভৱনত

APSCৰ ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা

৬৫গৰাকী APS প্ৰাৰ্থীলৈ নিৰ্দেশনা জাৰি গৃহ বিভাগৰ

কাইলৈ জনতা ভৱনৰ কনফাৰেন্স হলত উপস্থিত হোৱাৰ নিৰ্দেশ

নথি পুনঃৰীক্ষণৰ বাবে উপস্থিত হ’ব লাগিব

দিনৰ ১১ বজাত উপস্থিত হ’ব লাগিব ৩৩ প্ৰাৰ্থীয়ে

আন ৩২ প্ৰাৰ্থীৰ দুপৰীয়া ১ বজাৰ পৰা পুনঃৰীক্ষণ কৰা হ’ব নথি

গৃহ বিভাগত জমা দিব লাগিব মাৰ্কশ্বীট, জন্মৰ প্ৰমাণ পত্ৰ

পূৰ্বৰ সেৱাৰ পৰা মুকলি কৰি দিয়া নথিও দিব লাগিব জমা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.