AssamCity newsঅসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস, সংকটজনক অৱস্থাত এপল’ চিকিৎসালয়ত ভৰ্তি….

গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস

সংকটজনক অৱস্থাত এপল’ চিকিৎসালয়ত ভৰ্তি

শনিবাৰে নিশাৰ ভাগত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত

সম্প্ৰতি ICUত চিকিৎসাধীন অভিনেতাগৰাকী

বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত অব্যাহত চিকিৎসা

জনপ্ৰিয় অভিনেতাজনক প্ৰয়োজন বহু পৰিমাণৰ ব্লাডৰ

কোনো ব্যক্তিয়ে ব্লাড দিব বিচাৰিলে যোগাযোগৰ আহ্বান

সুন্দৰপুৰ ব্লাড বেংকত ব্লাড দিব পাৰে ইচ্ছুক লোকে

শীঘ্ৰে আশু আৰোগ্য কামনা শুভাকাংক্ষী, অনুৰাগীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.