Assamassam policeCity newsCMO AssamCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

প্রসংগঃ ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা….. কুলদ্বীপ দাসক গ্ৰেপ্তাৰ…..

প্রসংগঃ ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা

অৱশেষত পলাতক কুলদ্বীপ দাসক গ্ৰেপ্তাৰ

চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুলদ্বীপক

বিগত এবছৰে পলাতক হৈ আছিল কুলদ্বীপ

ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল কৰাৰ অভিযোগ

অনুৰাগ চলিহা আৰু ইন্দ্ৰাণীৰ ফটো কৰিছিল ভাইৰেল

একেটা গোচৰতে পূৰ্বে গ্ৰেপ্তাৰ অনুৰাগ, দিবন, অভিমন্যু

আজিয়েই কুলদ্বীপক CJM আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

আৰক্ষীয়ে ধৃত কুলদ্বীপক জিম্মাত বিচৰাৰ সম্ভাৱনা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.