Covid-19

দুঃখবৰ, মৃত্যু হ’ল অ’মিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ

অৱশ্যে ব্ৰিটেইনত ভেকচিন লোৱা সকলো লোককে শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

ক’ভিড ১৯ৰ নতুন ভেৰিয়ান্ট অ’মিক্ৰণত আক্ৰান্ত হৈ মৃত্যু প্ৰথমগৰাকী ৰোগীৰ। সোমবাৰে, ব্ৰিটেইনত এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

২৭ নৱেম্বৰত ব্ৰিটেইনত ধৰা পৰিছিল প্ৰথমটো অ’মিক্ৰণৰ ঘটনা। তাৰপিছৰে পৰা অ’মিক্ৰণ ৰোধিবৰ বাবে ব্ৰিটেইনত আৰম্ভ কৰা হৈছে ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান। বৰ্তমান যুক্তৰাজ্যখনত ৪০ % লোক এই ভেৰিয়ান্টত আক্ৰান্ত হৈ আছে।

অৱশ্যে ব্ৰিটেইনত ভেকচিন লোৱা সকলো লোককে শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.