অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অৱশেষত আক্ৰাছুৱে প্ৰত্যাহাৰ কৰিলে জুবিনৰ সংগীতানুষ্ঠানৰ নিষেধাজ্ঞা

শান্তিপূৰ্ণভাৱে বঙাইগাঁৱত হ’ব জুবিনৰ সংগীতানুষ্ঠান

সলনি হ’ল আক্ৰাছুৰ স্থিতি
আজি বঙাইগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান
জুবিন গাৰ্গৰ সংগীতানুষ্ঠানক লৈ জৰুৰী বৈঠক
আক্ৰাছুৰ সৈতে বৈঠকত বহিল DC, বিহু সমিতি
শান্তিপূৰ্ণভাৱে বঙাইগাঁৱত হ’ব জুবিনৰ সংগীতানুষ্ঠান
আক্ৰাছুৱে বান্ধি দিছে দুটাকৈ দাবী
বিহু মঞ্চত জুবিনে প্ৰত্যাহাৰ কৰিব লাগিব তেঁওৰ বিতৰ্কিত মন্তব্য
কোচ ৰাজবংশী জাতীয় গামোচাৰে সম্বৰ্ধনা জনাব লাগিব জুবিনক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 15 =

Back to top button