অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনৰাজনৈতিকসংস্কৃতি

‘ৰাইজৰ মৰমে মোক বাৰে বাৰে অসমলৈ লৈ আহে’: প্ৰধানমন্ত্ৰী মোদী

চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS উদ্বোধন প্ৰধানমন্ত্ৰীৰ

৩খনকৈ চিকিৎসা মহাবিদ্যালয় ভাৰ্ছুৱেলী উদ্বোধন PMৰ

নলবাৰী মেডিকেল কলেজৰ উদ্বোধন

নগাঁও আৰু কোকৰাঝাৰ মেডিকেল কলেজৰো উদ্বোধন

মা কামাখ্যাৰ ভূমিৰ পৰা অসমৰ ৰাইজৰ প্ৰণাম PMৰ

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS উদ্বোধন প্ৰধানমন্ত্ৰীৰ

৩খনকৈ চিকিৎসা মহাবিদ্যালয়ো ভাৰ্ছুৱেলী উদ্বোধন

উদ্বোধন নলবাৰী, নগাঁও, কোকৰাঝাৰ মেডিকেল কলেজ

নতুন এইমছৰ দ্বাৰা উপকৃত হ’ব উত্তৰ-পূবৰ জনসাধাৰণ

বিগত ৯ বছৰৰ যোগাযোগৰ ক্ষেত্ৰত হোৱা উন্নয়ন বৰ্তমান চৰ্চাত

আমি সেৱাৰ মনোভাৱৰে আমি কাম কৰোঃ প্ৰধানমন্ত্ৰী

‘ক্ৰেডিট লবলৈ কাম নকৰো’

‘চিকিৎসা আৰু শিক্ষা এতিয়া একেলগে হয়’

‘ৰাইজৰ মৰমে মোক বাৰে বাৰে অসমলৈ লৈ আহে’

সমগ্ৰ দেশত বিগত ৯ বছৰত স্থাপন ৩০০খন মেডিকেল কলেজ

৯ বছৰত অসমত দুগুণ বৃদ্ধি হৈছে মেডিকেল কলেজৰ সংখ্যা

দৰিদ্ৰ লোকক সমগ্ৰ দেশতে আয়ুষ্মান ভাৰত কাৰ্ড দিয়াৰ ব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + seventeen =

Back to top button