অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

অৱশেষত উদ্ধাৰ হ’ল মাতৃৰ পিণ্ড দিবলৈ যোৱা ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কনিষ্ঠ ভাতৃ

প্ৰসংগ : মাতৃক পিণ্ড দিবলৈ যোৱা সন্ধানহীন ২ ভাতৃ

মাতৃৰ পিণ্ড দিবলৈ যাওতে নদীৰ পিচলি পৰিছিল ২ ভাতৃ

লুইতৰ কোৱাল সোঁতে উটুৱাই নিছিল ২ ভাতৃক

মাতৃৰ ছমহীয়া পিণ্ড দিবলৈ যাওঁতে সংঘটিত হৈছিল এই ঘটনা

সলিল সমাধি হোৱা অনন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ

ঘটনাৰ ১৩ দিনৰ পিছত উদ্ধাৰ কনিষ্ঠ ভাতৃৰ মৃতদেহ

মোহনাঘাটতে উদ্ধাৰ অনন্ত কাকতিৰ মৃতদেহ

১৩ নৱেম্বৰত উদ্ধাৰ হৈছিল জ্যেষ্ঠ ভাতৃৰ মৃতদেহ

অৱশেষত উদ্ধাৰ হ’ল মাতৃৰ পিণ্ড দিবলৈ যোৱা ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কনিষ্ঠ ভাতৃ। ৮ নৱেম্বৰত মাতৃৰ পিণ্ড বিসৰ্জনৰ বাবে ডিব্ৰুগড়ৰ মোহনাঘাটত সন্ধানহীন হৈছিল ২ ভাতৃ। ঘটনাৰ ১৩ দিনৰ পিছত উদ্ধাৰ হয় কনিষ্ঠ ভাতৃৰ মৃতদেহ। মোহনাঘাটৰ সন্ধানহীন হোৱা স্থানতে আজি উদ্ধাৰ হয় অনন্ত কাকতিৰ মৃতদেহ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.