Assam

শিক্ষক নিযুক্তিৰ নতুন নীতিক প্ৰত্যাহ্বান

টেট উত্তীৰ্ণসকলে পুনৰ বহিব লাগিব পৰীক্ষাত

শিক্ষক নিযুক্তিৰ নতুন নীতিক প্ৰত্যাহ্বান

নিযুক্তি নোপোৱা টেট শিক্ষকৰ HCত আবেদন

চৰকাৰৰ পোনপটীয়া শিক্ষক নিযুক্তিৰ বিৰুদ্ধে এই আবেদন

টেট উত্তীৰ্ণসকলে পুনৰ বহিব লাগিব পৰীক্ষাত

ইয়াৰ বিৰুদ্ধে দাখিল কৰে আবেদন

চৰকাৰে টেট উত্তীৰ্ণসকলৰ নিযুক্তিৰ কি ব্যৱস্থা কৰিব

চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

৪ সপ্তাহৰ সময় বান্ধি দিলে ন্যায়ালয়ে

গৃহ বিভাগকো জাননী জাৰি ন্যায়ালয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.