Internationalleatest updatenationalpoliticalSocialদৈনিক বাতৰিৰাজনৈতিক

CBIৰ নতুন গোচৰত পুনৰ কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত জটিলতা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত জটিলতা

সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ

দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে জনাইছিল আবেদন

ৰাউজ এভিনিউ আদালতৰ জামিনত স্থগিতাদেশ দিছিল উচ্চ ন্যায়ালয়ে

সুৰানীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাবন্দী মুখ্যমন্ত্ৰী কেজৰিৱাল

উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ তথ্য পোৱাৰ পিছত পুনৰ আবেদন জনাব কেজৰিৱালে

উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতেই CBIৰ জেৰা কেজৰিৱালক

মঙলবাৰে নিশা টিহাৰ কাৰাগাৰত জেৰা কৰে CBIয়ে

বুধবাৰে কেজৰিৱালক CBIয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰায় আদালতত

কেজৰিৱালক ৫ দিনৰ জিম্মাত বিচাৰে CBIয়ে

CBIৰ নতুন গোচৰত পুনৰ কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.