অসমদৈনিক বাতৰি

তিনি দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোৱাইট হাউছত আনুষ্ঠানিকভাৱে আদৰণি প্ৰেচিডেণ্ট জ’ বাইডেনে

তিনি দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোৱাইট হাউছত আনুষ্ঠানিকভাৱে আদৰণি প্ৰেচিডেণ্ট জ’ বাইডেনে

তিনি দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোৱাইট হাউছত আনুষ্ঠানিকভাৱে আদৰণি জনালে প্ৰেচিডেণ্ট জ’ বাইডেনে। দেশখনৰ ৰাষ্ট্ৰীয় অতিথি হিচাপে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২১টা টোপধ্বনিৰে চালামী হোৱাইট হাউছ চৌহদত।

প্ৰধানমন্ত্ৰী মোদীৰ বাবে হোৱাইট হাউছত আয়োজন কৰা হয় বিশেষ অভ্যৰ্থনা অনুষ্ঠান। প্ৰেচিডেণ্ট বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰে। আমেৰিকাৰ কংগ্ৰেছক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমেৰিকাৰ কংগ্ৰেছক দুবাৰকৈ সম্বোধন কৰা প্ৰধানমন্ত্ৰী মোদী দ্বিতীয়গৰাকী ভাৰতীয় নেতা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.