Socialঅসম

কমন ৱেলথৰ পূৰ্বে বিস্ফোৰণ লাভলীনাৰ, মানসিক হাৰাশাস্তিত ভুগিছে লাভলীনা বৰগোহাঁই

ৰাজনৈতিক বেহুৰ মাজত লাভলীনা বৰগোহাঁই, ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাৰ বিস্ফোৰণ৷

ৰাজনৈতিক বেহুৰ মাজত লাভলীনা বৰগোহাঁই৷ কমন ৱেলথৰ পূৰ্বে বিস্ফোৰণ লাভলীনাৰ, ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাৰ বিস্ফোৰণ৷ মানসিক হাৰাশাস্তিত ভুগিছে লাভলীনা বৰগোহাঁই…

লাভলীনাই সামাজিক মাধ্যমত উল্লেখ কৰিছে যে-

‘‘বহু দুখেৰে জনাও যে মই হাৰাশাস্তিৰ সন্মুখীন হৈছো। অলিম্পিক পদক পাবলৈ যিকেইগৰাকী প্ৰশিক্ষকৰ জৰিয়তে মই সক্ষম হৈছিলো তেওঁলোকক আঁতৰাই মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াক বাধা দিয়া হৈছে। এওলোকৰ ভিতৰত এগৰাকী প্ৰশিক্ষক দ্ৰোণাচাৰ্য বঁটাপ্ৰাপক সন্ধ্যা গুৰুংজী।

মই হাত জোৰ কৰাৰ পাছতো মোৰ প্ৰশিক্ষক দুগৰাকীক কেম্পত প্ৰশিক্ষণৰ বাবেও বহুদেৰিকৈ অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ বাবে প্ৰশিক্ষণৰ সময়ত মই বহু অসুবিধাৰ সন্মুখীন হও আৰু মানসিকভাৱে হাৰাশাস্তিতো আছেই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.