AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মোদী 3.0 চৰকাৰৰ কেন্দ্ৰীয় বাজেট দাখিল, বিত্তবৰ্ষ ২০২৪-২৫ৰ বাবে দাখিল কেন্দ্ৰীয় বাজেট…

মোদী 3.0 চৰকাৰৰ কেন্দ্ৰীয় বাজেট দাখিল

বিত্তবৰ্ষ ২০২৪-২৫ৰ বাবে দাখিল কেন্দ্ৰীয় বাজেট

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে বাজেট

সপ্তমবাৰৰ বাবে সদনত বাজেট দাখিল সীতাৰমণৰ

বাজেটত ৪টা খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব

মহিলা, যুৱক, কৃষক, দৰিদ্ৰৰ ওপৰত অগ্ৰাধিকাৰ

দক্ষতা বিকাশেৰে নিয়োগৰ ওপৰত গুৰুত্ব

৪ কোটি নতুন নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব

কৃষিখণ্ডৰ বাবে ১০ হাজাৰ জৈৱ গৱেষণা কেন্দ্ৰ

গ্ৰাম্য অৰ্থনীতি অধিক টনকিয়াল কৰাৰ লক্ষ্য

নিয়োগ সৃষ্টিৰ বাবে ৩ খন নতুন আঁচনি ঘোষণা

২০ লাখ যুৱকৰ দক্ষতা বৃদ্ধিৰ বাবে নতুন আঁচনি

মহিলাকেন্দ্ৰিক দক্ষতা বৃদ্ধি আঁচনিৰো ঘোষণা

শিক্ষা আৰু নিয়োগৰ বাবে ১.৪৮ লাখ কোটি ধাৰ্য

উচ্চ শিক্ষাৰ বাবে ১০ লাখপৰ্যন্ত ঋণ আঁচনি কেন্দ্ৰৰ

পূৰ্ব ভাৰতৰ বাবে নতুন ‘পূৰ্বোদয়া’ আঁচনি ঘোষণা

বিহাৰৰ বাবে বৃহৎ এক্সপ্ৰেছৱে’ আঁচনি ঘোষণা

বিহাৰৰ বিকাশৰ বাবে বিশেষ অনুদান ঘোষণা

অন্ধ্ৰপ্ৰদেশৰ বাবেও বিশেষ অনুদান ঘোষণা

বিহাৰক ৪১ হাজাৰ কোটিৰ বিশেষ পেকেজ কেন্দ্ৰৰ

অন্ধ্ৰপ্ৰদেশকো ১৫ হাজাৰ কোটিৰ বিশেষ পেকেজ

আন্তঃগাঁথনি বিকাশৰ বাবে অন্ধ্ৰপ্ৰদেশক বিশেষ অনুদান

গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে ২.৬৬ লাখ কোটি ধাৰ্য

MSME খণ্ডত উদগণিৰ বাবে আত্মনিৰ্ভৰ আঁচনি

নিৰ্মাণ খণ্ডৰ বাবে ক্ৰেডিট গেৰাণ্টি আঁচনি

PMAYৰ অধীনত ৩ কোটি নতুন ঘৰ প্ৰদানৰ লক্ষ্য

মুদ্ৰা ঋণ আঁচনিত ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি

নিয়োগ আৰু কৌশল বিকাশৰ বাবে ২ লাখ কোটি

ৰপ্তানি খণ্ডত ই-কমাৰ্চৰ উদগণিৰ বাবে PPP SCHEME

অসমৰ বান পৰিস্থিতিৰ বাবে বিশেষ গুৰুত্ব কেন্দ্ৰীয় বাজেটত

বিহাৰৰ বান পৰিস্থিতিৰ বাবেও বিশেষ অনুদান

হিমাচল, উত্তৰাখণ্ডৰ বান পৰিস্থিতিৰ বাবে বিশেষ ঘোষণা

দেশৰ ১ কোটি যুৱকক শীৰ্ষ ৫০০ কোম্পানীত ইণ্টাৰ্ণশ্বিপ

ৰাজ্যসমূহলৈ ৫০ বছৰলৈ সুদবিহীন ঋণ আঁচনি

আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে কেন্দ্ৰৰ বৃহৎ আঁচনি

ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত GSTৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ উল্লেখ

আৱকাৰী কৰ হ্ৰাস কৰাৰ কথাও উল্লেখ বিত্তমন্ত্ৰীৰ

কৰ্কট ৰোগৰ ঔষধত হ্ৰাস আৱকাৰী কৰ

ম’বাইল উপকৰণতো আৱকাৰী কৰ ৰেহাই

হ্ৰাস পাব ম’বাইল আৰু ম’বাইল সামগ্ৰীৰ দাম

২০ বিধৰো অধিক খনিজ পদাৰ্থত সীমা শুল্ক কৰ্তন

সোণ, ৰূপ আৰু প্লেটিনামটো সীমা শুল্ক কৰ্তন

প্লাষ্টিক সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰা হ’ল আৱকাৰী কৰ

দেশত বৃদ্ধি পাব প্লাষ্টিক সামগ্ৰীৰ দাম

মধ্যম শ্ৰেণীক সকাহৰ বাবে IT এক্টৰ হ’ব পৰ্যালোচনা

আগন্তুক বিত্তবৰ্ষত বিত্তীয় ঘাটিৰ পৰিমাণ GDPৰ ৪.৯%

মুঠ ৰাজহ সংগ্ৰহৰ লক্ষ্য ৩২.০৭ লাখ কোটি

মুঠ ব্যয়ৰ পৰিমাণ ৪৮.২১ লাখ কোটি

সদনত দাখিল জম্মু-কাশ্মীৰৰ বাজেট

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.