অসমপৰিৱেশপৰ্যটনবতৰ

বন্ধ কৰা হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা! পাৰঘাটতে আবদ্ধ বহু যাত্ৰী

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ভয়ংকৰ গতিত বৃদ্ধি পাইছে পানী! যাৰ বাবে এতিয়া ব্যাহত হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ভয়ংকৰ গতিত বৃদ্ধি পাইছে পানী! যাৰ বাবে এতিয়া ব্যাহত হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।

বাঢ়নী পানীত ফেৰীঘাটৰ সাঁকো পানীত ডুব যোৱাৰ উপক্ৰম হৈছে।

আজি পুৱা ৬:৩০ বজাৰ উত্তৰ গুৱাহাটীৰ ফেৰীসমূহ বাতিল কৰিছে জল পৰিবহন বিভাগে। উত্তৰ গুৱাহাটীৰ তিনিওটা ঘাটলৈ গুৱাহাটীৰ পৰা ফেৰী চলাচল বন্ধ হোৱা বাবে পাৰঘাটতে আবদ্ধ হৈ আছে বহু যাত্ৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + ten =

Check Also
Close
Back to top button