অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

শীঘ্ৰেই ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ২.০ আৰম্ভ হ’ব, অসম তথা উত্তৰ-পূবত চলিব এই ভাৰত জোড়ো অভিযান

শীঘ্ৰেই ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ২.০ আৰম্ভ হ’ব

অসম তথা উত্তৰ-পূবত চলিব এই ভাৰত জোড়ো অভিযান

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত এই অভিযান

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিলে এই তথ্য

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় লৈও মন্তব্য দেৱব্ৰত শইকীয়াৰ

‘নতুন খচৰা মতেই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ’

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰসংগত ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কংগ্ৰেছৰ

মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈও প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ

‘মিঞা’ শব্দটো ইছলামৰ সন্মানীয় শব্দ বুলি অভিহিত

‘সমষ্টি পুনৰ নিৰ্ধাৰণতে ৰাজনৈতিকভাৱে কাকো সুৰক্ষিত নকৰে’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.